RANGDHALI lyricsbyTanmoy Saikia | Assamese and English lyrics by KAPAlyrics
RANGDHALI SONG DETAILS:
Vocals, Lyrics & Composition - Tanmoy Saikia
Music, Mix & Master - STANNiUM
Ronga koi kolijat raagial xurere
Morom bur xani diya naa
Xumodhur geetere bujam hiyar morom
Xuniba janu kuana
Tumar haatote haat thoi umoli thakim akaxot
Duyu premote mogno moi xex tumar uxaahot
(Music)
Tumak hridoyote loi jam moi loi jam duronile
Tumar hridoyote boi jam moi boi jam nodir dore
Xojotone xojua gaamkharu haatote
Pindhiloi bojaba gogona hiyate
Mou xona matere korila boliya
Sokute soku thoi tenekoi nasaba
Morom bur barhise tumaloye jana
Rangdhali hiyare hoba ne kuana
Tumar haatote haat thoi umoli thakim akaxot
Duyu premote mogno moi xex tumar uxaahot
(Music)
RANGDHALI LYRICS In ASSAMESE
ৰঙাকৈ কলিজাত
ৰাগিয়া সুৰেৰে
মৰমবোৰ সানি দায়ানা
সমদূৰ গীতেৰে
বুজাম হিয়াৰ মৰম
শুনিবা যানু? কোৱানা
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
তোমাক হৃদয়তে লৈ যাম
মই লৈ যাম দূৰনিলে
তোমাক হৃদয়তে বৈ যাম
মই বৈ যাম নদিৰ দৰে
সজতনে সজোৱা
গাম খাৰু হাততে
পিন্ধি লৈ বজাবা
গগনা হিয়াতে
মৌ শুনা মাতেৰে
কৰিলা বলিয়া
চকুতে চকু থৈ
তেনেকৈ নাচাবা
মৰমবোৰ বাঢ়িছে
তোমালৈ জানা
ৰংধালী হিয়াৰে হ'বা নে কোৱানা
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
তোমাৰ হাততে হাত থৈ
উমলি থাকিম আকাশত
দুয়ো প্ৰেমতে মগ্ন
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
মই শেষ তোমাৰ উশাহত
------------END--------------
Thanks To All For Reading This Lyrics. If You Want to give Suggestions or Mistake's than Please Contact Me. (Contact me with the help of contact section which I have already provided in this blog).
If you Love to listen music than you can support me on Youtube.
FOLLOW ME ON:
Youtube : KAPA
Instragram: @its_kapa
Enter your email address to subscribe to this blog (Lyrics KAPA) and receive notifications of new posts by email.
Comments
Post a Comment